অর্থ : ব্রহ্ম তথা জীৱক এক বুলি গণ্য কৰা বা অদ্বৈত যিদ্ধান্তক মানি চলা ব্যক্তি
উদাহরণ :
শংকৰাচার্য অদ্বৈতবাদী আছিল
সমার্থক : অদ্বৈতবাদী, একাত্মবাদী
অর্থ : যি ঈশ্বৰ আৰু জীৱক এক বুলি মানে
উদাহরণ :
অদ্বৈতবাদী শংকৰাচার্যই হিন্দু ধর্মৰ পুণৰুত্থান কৰিলে
সমার্থক : অদ্বৈতবাদী, একাত্মবাদী