সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দহতকৈ এক অধিক হোৱা সংখ্যাটো
উদাহরণ : সাত আৰু চাৰি যোগ কৰিলে এঘাৰ হয়
সমার্থক : এঘাৰ, ১১
অর্থ : গণনাত এঘাৰ নম্বৰ হোৱা
উদাহরণ : আজিৰ পৰা ঠিক একাদশ দিনৰ দিনা মাইনাৰ বিয়া
সমার্থক : ১১শ
অর্থ : দহতকৈ এক বেছি
উদাহরণ : ক্রিকেট খেলৰ এটা দলত এঘাৰজন খেলুৱৈ থাকে
ইনস্টল