অর্থ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
উদাহরণ :
সমার্থক : উৰি থকা
অর্থ : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
উদাহরণ :
চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
অর্থ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
উদাহরণ :
মেজত থোৱা কিতাপখন কʼত হেৰাল
সমার্থক : হেৰোৱা
অর্থ : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
উদাহরণ :
এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
সমার্থক : উৰি যোৱা
অর্থ : বতাহত ইফাল-সিফাল হৈ পৰা
উদাহরণ :
ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
সমার্থক : উৰি যোৱা
অর্থ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
উদাহরণ :
সমার্থক : পিন্ধা, পৰিধান কৰা, লোৱা