সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
উদাহরণ : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
সমার্থক : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
অর্থ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
উদাহরণ : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
সমার্থক : সমাৰোহ
অর্থ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে
উদাহরণ :
সমার্থক : উছব, মহোৎসৱ, মেলা, সমাৰোহ
ইনস্টল