সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ব্যক্তিৰ উপেক্ষা কৰা হৈছে
উদাহরণ : তেওঁ আজীৱন দুখীয়া তথা উপেক্ষিতৰ সেৱা নিয়োজিত হৈ আছে
অর্থ : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
উদাহরণ : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
সমার্থক : অনাদৃত, অৱহেলিত, হেয়
অর্থ : যিটো উপেক্ষা কৰিবৰ যোগ্য
উদাহরণ : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
সমার্থক : অনাদৃত, অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়
অর্থ : যাক অপমান কৰা হৈছে
উদাহরণ : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
সমার্থক : অনাদৃত, অপমানিত, অৱহেলিত, নাকাল, লাঞ্ছিত
অর্থ : যাক তিৰস্কাৰ কৰা হৈছে
উদাহরণ : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে
সমার্থক : অনাদৃত, তিৰস্কৃত
ইনস্টল