সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কামত অহা বা লগা কার্য
উদাহরণ : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
সমার্থক : প্রয়োগ, ব্যৱহাৰ
অর্থ : কোনো বস্তুৰ ব্যৱহাৰ কৰি সুখ বা মজা লোৱা কার্য
উদাহরণ : এই কার্যালয়টোৰ সকলো বিষয়ববীয়াই কার্যালয়ৰ বস্তুবোৰৰ খুউব উপভোগ কৰে
সমার্থক : ভোগ
অর্থ : সুবিধা ভোগ কৰা কার্য
উদাহরণ : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
সমার্থক : ভোগ-বিলাস, সম্ভোগ, সুখ-ভোগ
ইনস্টল