অর্থ : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
উদাহরণ :
উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
সমার্থক : ভোক্তা
অর্থ : বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
উদাহরণ :
মʼবাইল উপভোক্তা গাওঁ্বাসী সকলে সদায় নেটৱর্ক নাপায়
সমার্থক : উপভোগকাৰী, ব্যৱহাৰকাৰী