অর্থ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
উদাহরণ :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
সমার্থক : পোৱা
অর্থ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
উদাহরণ :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
সমার্থক : পোৱা
অর্থ : অভিপ্রায় বা আশয় বুজি পোৱা
উদাহরণ :
মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ