অর্থ : অন্য ঠাইৰ পৰা অহা মানুহৰ বসতিস্থল
উদাহরণ :
পোন-প্রথমে ইংৰাজসকলে ভাৰতৰ অনেক ঠাইত নিজৰ উপনিৱেশ স্থাপন কৰিছিল
সমার্থক : কলনি
অর্থ : এখন ঠাইৰ পৰা গৈ অন্য এখন ঠাইত বসবাস কৰা কার্য
উদাহরণ :
ইংৰাজসকলে ভাৰতত উপনিৱেশ সেই সময়ত স্থাপন কৰিছিল যি সময়ত ভাৰতবর্ষ সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল