সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
উদাহরণ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
সমার্থক : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
অর্থ : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ
উদাহরণ : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে
সমার্থক : অতিক্রমণ, উলংঘন, লংঘন
ইনস্টল