পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উত্তৰকালীন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উত্তৰকালীন   বিশেষণ

অর্থ : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত

উদাহরণ : মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো

সমার্থক : অনাগত, আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, প্রত্যাসন্ন, ভৱিতব্য, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন

অর্থ : উত্তৰকালৰ সৈতে সম্বন্ধিত

উদাহরণ : তেওঁৰ ্ উত্তৰকালীন সাহিত্যত ৰুচি নাই

সমার্থক : উত্তৰ কালৰ, ভাবীকালৰ

অর্থ : ভৱিষ্যত কালত হʼবলগীয়া

উদাহরণ : আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত

সমার্থক : অনাগত, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ