অর্থ : উত্তৰ দিশত পৰা প্রদেশ বা ৰাজ্য
উদাহরণ :
মহেশ উত্তৰৰ বাসিন্দা
অর্থ : কোনো প্রশ্ন বা কথা শুনি তাৰ সমাধানৰ কাৰণে কোৱা কথা
উদাহরণ :
আপুনি মোৰ প্রশ্নৰ উত্তৰ দিয়া নাই
সমার্থক : জবাব
অর্থ : দক্ষিণ দিশৰ সন্মুখৰফালৰ দিশ:ভাৰতৰ উত্তৰ দিশত হিমালয় পর্বত প্রহৰীৰদৰে থিয় দি আছে
উদাহরণ :
সমার্থক : উত্তৰ দিশ
অর্থ : শূন্যৰ পৰা তিনিশ ষাঠি ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
উদাহরণ :
উত্তৰ সদায় উত্তৰ দিশৰ ফালেই থাকে