সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উষ্ণতা বা তাপ থকা
উদাহরণ : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
সমার্থক : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উষ্ণ, গৰম, তপত, তপ্ত, তাপময়, তাপযুক্ত
অর্থ : তপত কৰা বা জ্বলোৱা
উদাহরণ : উত্তাপিত সোণ সম্পূর্ণ বিশুদ্ধ হয়
অর্থ : যাক গৰম কৰা হৈছে
উদাহরণ : উত্তপ্ত বাচনটোক স্পর্শ কৰোতেই হাত পুৰি গʼল
সমার্থক : উত্তপ্ত, তপ্ত
ইনস্টল