পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উঠোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উঠোৱা   ক্ৰিয়া

অর্থ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া

উদাহরণ : ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে

অর্থ : কিছু সময় ওপৰলৈ ধৰি থকা

উদাহরণ : তেওঁ ্বোজাটো মূৰত উঠালে

অর্থ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা

উদাহরণ : তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে

সমার্থক : উঠাই দিয়া

অর্থ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

উদাহরণ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

সমার্থক : গঁথ্া, বনোৱা, সজা, সাজি থকা

অর্থ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

উদাহরণ : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

সমার্থক : জগোৱা

অর্থ : ঘৰ বা দেৱাল আদি বনোৱা

উদাহরণ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

সমার্থক : বনোৱা, সজা

অর্থ : (সংগীত) স্বৰ তীব্র কৰা

উদাহরণ : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

সমার্থক : তোলা

অর্থ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা

উদাহরণ : তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়

অর্থ : স্থান ত্যাগ কৰা

উদাহরণ : তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে

অর্থ : কাৰোবাক অধিক গুৰুত্ব দিয়া

উদাহরণ : মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে

অর্থ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা

উদাহরণ : দেউতাই মোক ঝুলনাত উঠালে

অর্থ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

উদাহরণ : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

সমার্থক : বহুওৱা

অর্থ : তলৰ পৰা ওপৰলৈ অনা কার্য

উদাহরণ : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

সমার্থক : উঠা

অর্থ : উঠিবলৈ প্ৰবৃত্ত কৰা

উদাহরণ : চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে

সমার্থক : উঠাই দিয়া

অর্থ : বহী, কাগজ আদিত লিখা

উদাহরণ : মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে

সমার্থক : উঠাই থোৱা