অর্থ : উচ্ছন্ন বা নষ্ট হোৱা
উদাহরণ :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
সমার্থক : অনিষ্ট কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা
অর্থ : বহুত সস্তা দামত বিক্রী কৰা
উদাহরণ :
মদাহীটোৱে নিজৰ মাটি সস্তাত বিক্ৰী কৰিলে
সমার্থক : সস্তাত বিক্ৰী কৰা
অর্থ : মানৱ বিহীন হোৱা
উদাহরণ :
ধুমুহা বৰষুণে ভালেমান বস্তি উছন কৰিলে