সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়
উদাহরণ : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে
সমার্থক : শ্রেষ্ঠ
অর্থ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
উদাহরণ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
সমার্থক : ওখ, ওখ-পাখ, চৰা, টিং, শিখৰ
অর্থ : জাতি, পদ, গুণ আদিৰ বিচাৰত ওপৰৰজন
উদাহরণ : শ্যাম উচ্চ বংশৰ
অর্থ : দীঘল শৰীৰৰ
উদাহরণ : অমিতাভ বচ্চন ওখ ব্যক্তি
সমার্থক : উচ্চতাযুক্ত, উচ্চতাসম্পন্ন, ওখ
ইনস্টল