অর্থ : যি শাস্ত্রত ঐতিহাসিক ঘটনা আদিৰ অধ্যয়ন কৰা হয়
উদাহরণ :
বুৰঞ্জী মোৰ প্রিয় বিষয়
সমার্থক : ইতিহাস শাস্ত্র, বুৰঞ্জী
অর্থ : পাৰ হৈ যোৱা কোনো প্রসিদ্ধ ঘটনাৱলী আৰু তাৰ সৈতে জড়িত লোকৰ বা বস্তুৰ কালানুক্রমিক ্বর্ণ্্না
উদাহরণ :
তেওঁ ্প্রাচীন ইতিহাস পঢ়ি আছে
সমার্থক : ইতিবৃত্ত