অর্থ : আৰোহণ কৰা ব্যক্তি
উদাহরণ :
আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে
সমার্থক : আৰোহক
অর্থ : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে
উদাহরণ :
যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে
অর্থ : কোনো বস্তুৰ ওপৰত উঠা বা বহা
উদাহরণ :
চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল
অর্থ : যাৰ ওপৰত উঠিব পৰা যায়
উদাহরণ :
আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম
অর্থ : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা
উদাহরণ :
তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে