অর্থ : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
উদাহরণ :
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
অর্থ : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
উদাহরণ :
আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
সমার্থক : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ