সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাৰতীয় মাহৰ হিচাপত জেঠৰ পিচৰ আৰু শাওণৰ আগৰ মাহটো:আহাৰত বৰষুণ বেছি হোৱা সত্ত্বেও কৃষি কার্যত খেতিয়কসকল লাগি আছে
উদাহরণ :
সমার্থক : আষাঢ়
অর্থ : আহাৰ খোৱা কার্য
উদাহরণ : আহাৰ সমাপ্ত কৰাৰ পিছত ্তেওঁ বিশ্রাম কৰিবলৈ গʼল
সমার্থক : অন্নগ্রহণ, ভোজন
অর্থ : দিনটোৰ নির্দিষ্ট সময়ত গ্রহণ কৰা গধুৰ আহাৰ
উদাহরণ : তেওঁ ্ ভগৱানক আগ কৰি দিহে অন্ন গ্রহণ কৰে
সমার্থক : অন্ন, ভোজন
ইনস্টল