অর্থ : অসত্য বা মিছা মতা কার্য
উদাহরণ :
কিছুমান মানুহ মিছা মতাত ইমানেই অভ্যস্ত হৈ পৰে যে তেওঁলোকৰ মুখৰ পৰা সত্য কথা নোলায়েই
সমার্থক : মিছা মতা
অর্থ : কোনো কাম বা কথাত সন্মতি নিদিয়া
উদাহরণ :
তেওঁ ্ মোৰ মতটোক অস্বীকাৰ কৰিলে
সমার্থক : অস্বীকাৰ কৰা, নাথুকাৰ কৰা, নুই কৰা, মানি নোলোৱা