অর্থ : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে মনত উদ্ভৱ হোৱা ভাব প্রকাশ কৰা
উদাহরণ :
চার্কাচত নট-নটীৰ খেলা চাই লʼৰা-ছোৱালীবোৰ অবাক হৈ ৰʼল
সমার্থক : অবাক হোৱা, আচৰিত হোৱা, আশ্বর্য্য মনা, চমৎকৃত হোৱা, বিস্মিত হোৱা