সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ আশা নোহোৱা হৈ গৈছে
উদাহরণ : মহেশে যিকোনো কামতে নিৰাশ হৈ হাৰ মানি লয়
সমার্থক : নিৰাশ
অর্থ : যি আশা হেৰুৱাই পেলাইছে বা যাৰ আশা নষ্ট হৈছে
উদাহরণ : বিদ্যালয়ত নামভর্তিৰ সুবিধা নোপোৱাৰ কাৰণে শ্যাম হতাশ হৈ পৰিছে
সমার্থক : আশাশূন্য, নিভাৰসা, নিৰাশ, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, হতাশ
ইনস্টল