অর্থ : আর্মেনিয়াৰ নিবাসী
উদাহরণ :
আর্মেনিয়ান সকলৰ ওপৰত প্রায় পাঁচ হাজাৰ পাঁচ শ বছৰৰ আগতে প্রতিবেশী ৰাজ্যই আক্রমণ কৰিছিল
সমার্থক : আর্মেনিয়া বাসী, আর্মেনিয়া-বাসী, আর্মেনিয়াবাসী
অর্থ : আর্মেনিয়ান ভাষাৰ লিপি
উদাহরণ :
আর্মেনিয়ান বর্ণ্্মালাত আঠত্রিশটা আখৰ আছে
সমার্থক : আর্মেনিয়ান লিপি
অর্থ : আর্মেনিয়া সৈতে সম্পর্কীত বা আর্মেনিয়াৰ
উদাহরণ :
তেওঁ আর্মেনিয়ান সংগীতৰ আনন্দ লৈ আছে