অর্থ : আবেদন বা প্রার্থন্া কৰা লোক
উদাহরণ :
সকলো প্রার্থীৰ আবেদন-পত্র গৃহিত নহয়
সমার্থক : আবেদন-কর্তা, আবেদনকাৰী, নিবেদক, প্রার্থন্া-কর্তা, প্রার্থী
অর্থ : যিজনে আবেদন কৰিছে
উদাহরণ :
এই পদটোৰ কাৰণে ছয় হাজাৰ আবেদকে আবেদন-পত্র দাখিল কৰিছে
সমার্থক : আবেদন কর্তা
অর্থ : যি আবেদন কৰিছে
উদাহরণ :
প্রৱন্ধকে আবেদকসকলক আজি সাক্ষাৎকাৰৰ কাৰণে মাতিছে
সমার্থক : আবেদন কর্তা