অর্থ : সঞ্চালিত বা আন্দোলিত কৰা এক অৱস্থা
উদাহরণ :
চৰকাৰে কুঁহিয়াৰৰ মিলটো বন্ধ কৰাৰ আদেশ জাৰি কৰাৰ লগে-লগে খেতিয়কসকল আন্দোলনত নামি পৰিল
সমার্থক : বিক্ষোভ
অর্থ : এক লোকসমষ্টিয়ে কোনো বিশেষ বা সাধাৰণ লক্ষ্যপ্রাপ্তিৰ কাৰণে একেলগে যত্নৱান হোৱা
উদাহরণ :
এই আন্দোলনত ব্যক্তিস্বার্থক লৈ ্ কোনো বুজা-পৰা কৰা নহʼব