অর্থ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
উদাহরণ :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
সমার্থক : সংগ্রহ কৰা
অর্থ : মানুহৰ পৰা ধন বা আৰু কোনো বস্তু লৈ একগোট কৰা
উদাহরণ :
জমিদাৰে মানুহৰ পৰা কৰ আদায় কৰিছিল
অর্থ : আনৰ পৰা নিজৰ ধন বা বস্তু লোৱা
উদাহরণ :
মহাজনে বন্ধকীয়াৰ পৰা দুগুণ আদায় কৰিলে