সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ঠাইত চৰকাৰে ন্যায়ধীশৰ দ্বাৰা বিচাৰ কৰি ন্যায় প্রদান কৰে:আজি দাদা আদালত গৈছে
উদাহরণ :
সমার্থক : এজলাছ, কাছাৰী, কোর্ট, ন্যায়ালয়, বিচাৰালয়
অর্থ : যি সভাত ন্যায় বিচাৰ কৰা হয়
উদাহরণ : ন্যায়ালয়ে তেওঁক মুকলি কৰি দিলে
সমার্থক : কʼর্ট, কোর্ট, ন্যায়ালয়, ্কাছাৰী
ইনস্টল