অর্থ : কোনোৱে নিজে লিখা জীৱনচৰিত্র
উদাহরণ :
গান্ধীজীৰ আত্মজীৱনী পঢ়ি মই বহুত প্রভাৱিত হৈছিলোঁ
সমার্থক : আত্মগাঁথা আত্মচৰিত্র, আত্মজীৱনী
অর্থ : নিজৰ বিষয়ে নিজে কোৱা কথা
উদাহরণ :
মহাত্মা গান্ধীৰ আত্মকথা শুনি ্তেওঁৰ শিষ্যসকল প্রভাৱিত হʼল
সমার্থক : আত্মকথন