পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আটাহ পৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আটাহ পৰা   ক্ৰিয়া

অর্থ : জোৰেৰে চিঞৰা বা মতা

উদাহরণ : মাকে ভোজন কৰিবৰ বাবে পুতেকক আটাহ পাৰিলে

সমার্থক : চিঞৰি মতা

অর্থ : বিপদ আদিৰ সময়ত বা এনেয়ে জোৰকৈ কোৱা বা শ্্ব্দ কৰা

উদাহরণ : কুকুৰনেচীয়া বাঘটোক দেখি ভেড়াৰখীয়াটোৱে বচোৱা-বচোৱা বুলি চিঞৰ মাৰিলে

সমার্থক : চিঞৰ মৰা, হাল্লা কৰা