সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হাতৰ আঙুলিৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে থকা বিস্তাৰৰ এক জোখ
উদাহরণ : লিখাৰ সময়ত দুটা শ্্ব্দৰ মাজত এক আঙুল ফাঁক ৰাখা
সমার্থক : আঙুল, আঙ্গুল
অর্থ : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
উদাহরণ : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
সমার্থক : অঙ্গুল, অঙ্গুলি, অঙ্গুষ্ঠ, আঙুল, আঙ্গুল, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
ইনস্টল