অর্থ : সন্মুখৰ ফাল
উদাহরণ :
তেওঁ ্ লাহে লাহে আগলৈ গৈ আছে
সমার্থক : আগপিনে, আগফাললৈ, আগফালে, মুখৰ ফালে, সন্মুখলৈ, সন্মুখৰ দিশে, সন্মুখৰ ফালে
অর্থ : আগত আহিবলগীয়া সময়
উদাহরণ :
ভৱিষ্যতে কাৰ কি হʼবলগা আছে কোনেও নাজানে
সমার্থক : ভৱিষ্যত কালত, ভৱিষ্যতে
অর্থ : ঠিক এই সময়ৰ পিছৰ পৰাই
উদাহরণ :
আজিৰ পৰা এনে ভুল আগলৈ নকৰিবা