সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি অত্যধিক আবেশেৰে যুক্ত
উদাহরণ : মোহনে মোৰ কথা শুনি অতি আপ্লুত হʼল
সমার্থক : আপ্লুত
অর্থ : আকর্ষণৰ ্কাৰণে যিটো কোনোফালে টানি থোৱা হৈছে বা যাৰ আকর্ষণ হৈছে
উদাহরণ : ছিকাগো সন্মিলনত স্বামী বিবেকানন্দৰ ভাষণে সকলোকে আকর্ষিত কৰিছিল
সমার্থক : আকর্ষিত, মন্ত্রমুগ্ধ
ইনস্টল