অর্থ : ভাষাবিজ্ঞানৰ যি শাখাত ৰূপ বা পদৰ বিভিন্ন দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰা হয়
উদাহরণ :
ৰূপবিজ্ঞান তিনিপ্রকাৰৰ, বর্ণনাত্মক, ঐতিহাসিক আৰু তুলনামূলক
সমার্থক : ৰূপবিজ্ঞান
অর্থ : জীৱৰ ৰূপ আৰু গঠন সম্বন্ধীয় বিজ্ঞান
উদাহরণ :
তেওঁৰ আকৃতিবিজ্ঞানত ৰাপ আছে