অর্থ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
উদাহরণ :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
সমার্থক : আঁতৰি যোৱা, ফটা, ফাটি যোৱা
অর্থ : ওলাই যোৱা
উদাহরণ :
এই কোম্পানীটোৰ পৰা পঞ্চাশজন কর্ম্্চাৰী ্আঁতৰি গʼল