সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
উদাহরণ : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
সমার্থক : অনাদৃত, উপেক্ষিত, হেয়
অর্থ : যাক অপমান কৰা হৈছে
উদাহরণ : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
সমার্থক : অনাদৃত, অপমানিত, উপেক্ষিত, নাকাল, লাঞ্ছিত
ইনস্টল