সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
উদাহরণ : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
সমার্থক : অৱশেষ, বাকী
অর্থ : অদৰকাৰী বুলি ভাবি পেলাই দিয়া পদার্থ
উদাহরণ : কাৰখানাৰ অৱশিষ্টবোৰে নদীৰ পানী প্রদূষিত কৰে
অর্থ : ব্যৱহাৰত নহাৰ কাৰণে ৰাহি হোৱা অংশ
উদাহরণ : অৱশিষ্ট আহাৰখিনি ঢাকি ৰাখা
সমার্থক : অৱশেষ, থাকি হোৱা
ইনস্টল