সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি তলমূৰ কৰি আছে
উদাহরণ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
সমার্থক : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনত, নিম্নগত, নিম্নগামী
অর্থ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
উদাহরণ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
সমার্থক : অধঃপতিত, অধোগত, অৱনত, পতিত
অর্থ : যি নমিত নহয়
উদাহরণ : বন্দী অৱস্থাতো পুৰুৱে আলেকজেণ্ডাৰৰ ওচৰত শিৰ অৱনমিত নকৰিলে
ইনস্টল