সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তলমূৰ কৰি থকা
উদাহরণ : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে
সমার্থক : নত
অর্থ : আগৰ ফালে হাউলি থকা
উদাহরণ : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব
অর্থ : যি তলমূৰ কৰি আছে
উদাহরণ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
সমার্থক : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী
অর্থ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
উদাহরণ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
সমার্থক : অধঃপতিত, অধোগত, অৱনমিত, পতিত
অর্থ : যাৰ দৰ বা ভাও কমি গৈছে
উদাহরণ : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে
সমার্থক : কম, মন্দা
ইনস্টল