সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
উদাহরণ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
সমার্থক : অননুমোদিত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
অর্থ : যাৰ অনুমতি দিয়া হোৱা নাই
উদাহরণ : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
সমার্থক : অননুমোদিত, অসমর্থিত
অর্থ : যিয়ে সহমত পোৱা নাই
উদাহরণ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
সমার্থক : অসন্মতি, নামঞ্জুৰ, সহমতহীন
অর্থ : যিটো অনুমোদন কৰা হোৱা নাই
উদাহরণ : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
সমার্থক : অগৃহীত, অননুমোদিত
ইনস্টল