অর্থ : বল বা শক্তি নোহোৱা বা খুউব কম হোৱা অৱস্থা বা ভাব
উদাহরণ :
দুর্বলত্াৰ ্ কাৰণে মহেশ যাব নোৱাৰিলে
সমার্থক : দুর্বলত্া, বলহীনতা, শক্তিহীনতা
অর্থ : অযোগ্য হোৱা অৱস্থা বা ভাব
উদাহরণ :
অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
সমার্থক : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা