অর্থ : তৃপ্তি নোপোৱা অৱস্থা
উদাহরণ :
আনন্দই ভগৱান বুদ্ধক মনৰ অতৃপ্তি দূৰ কৰাৰ উপায় সুধিলে
সমার্থক : অতুষ্টি, অতৃপ্তি, অপৰিতোষ, অসন্তুষ্টি
অর্থ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
উদাহরণ :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
সমার্থক : অপ্রসন্নতা, অসন্তুষ্টি