অর্থ : অষ্ট্রিয়াৰ নিবাসী
উদাহরণ :
এজন অষ্ট্রিয়ান প্রতিবছৰে ইয়ালৈ আহে
সমার্থক : অষ্ট্রিয়া বাসী, অষ্ট্রিয়া-বাসী, অষ্ট্রিয়াবাসী
অর্থ : অষ্ট্রিয়ান ভাষাৰ বা অষ্ট্রিয়ান ভাষা সম্বন্ধী
উদাহরণ :
তেওঁ অষ্ট্রিয়ান সংবাদ পত্র লুটিয়াই আছে
অর্থ : অষ্ট্রিয়াৰ বা অষ্ট্রিয়া সম্বন্ধী
উদাহরণ :
চৰকাৰে অষ্ট্রিয়ান ব্যৱসায়ক উদগনি দিছে