সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ব্যক্তি শিক্ষত নহয়
উদাহরণ : নিৰক্ষৰসকলক শিক্ষিত কৰাটো অতি প্রয়োজন
সমার্থক : নিৰক্ষৰ
অর্থ : যিজন শিক্ষিত নহয় বা লিখা-পঢ়া নজনাজন
উদাহরণ : মই এনে এখন গাঁৱৰ নিবাসী যʼৰ বেছিভাগ মানুহেই অশিক্ষিত
সমার্থক : অনাখৰী, অপণ্ডিত, অবিজ্ঞ, অসাক্ষৰ, নিৰক্ষৰ, বিদ্যাহীন
ইনস্টল