সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো বহুতেই কম
উদাহরণ : অকণমান বৰষুণতে ৰোৱা-ধানখিনি নষ্ট হৈ গʼল
সমার্থক : অকণমান, অলপমান, অলপীয়া, স্বল্প
অর্থ : সংখ্যাত তাকৰ
উদাহরণ : মোৰ অলপমান টকাৰ প্রয়োজন হৈছে
সমার্থক : অলপমান
অর্থ : যিটো হিচাপতকৈ কম
উদাহরণ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
সমার্থক : অপ্রচুৰ, অপ্রতুল, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
অর্থ : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত
উদাহরণ : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে
সমার্থক : কম, ন্যূন
ইনস্টল