সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পানীত মিশ্রণ হোৱা নিমখীয়া সোৱাদৰ এবিধ যৌগিক পদার্থ, যি লিটমাছ কাগজক ৰঙা কৰে আৰু ক্ষাৰকৰ লগত সংমিশ্রণ ঘটাই নিমখ তৈয়াৰ কৰা হয়
উদাহরণ : অম্লৰ ব্যৱহাৰ সাৱধানেৰে কৰা উচিত
সমার্থক : এচিদ
অর্থ : কেঁচ্া আম, তেতেলী আদিৰ সোৱাদ
উদাহরণ : টেঙা ফলত ভিটামিন চি অধিক পৰিমাণে পোৱা যায়
সমার্থক : অম্বল, অম্লময়, অম্লযুক্ত, অম্লস্বাদ, অম্লাক্ত, আম্লিক, টেঙা, টেঙেচীয়া
ইনস্টল