সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
উদাহরণ : ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
সমার্থক : গুচৰীয়া, ফৰিয়াদী
অর্থ : অভিযোগ কৰোতা ব্যক্তি
উদাহরণ : জাজে অভিযোগকাৰীৰ পৰা প্রমাণ বিচাৰিলে
অর্থ : অভিযোগ কৰোঁতা
উদাহরণ : অভিযোগকাৰী ৰামদুলাৰায়ে নিজৰ অভিযোগ উঠাই লʼলে
ইনস্টল