সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি বিভক্ত নহয়
উদাহরণ : আমি ভাৰতৰ অখণ্ড একতা বজাই ৰাখিব লাগিব
সমার্থক : অখণ্ড, অখণ্ডিত, অটুট, অবিভক্ত, অবিভাজিত
অর্থ : যি ভিন্ন নহয়
উদাহরণ : তেওঁলোকৰ অভিন্ন যোৰাটো দেখি সকলো আনন্দিত হৈ পৰে
সমার্থক : অপৃথক, অভেদ
ইনস্টল