অর্থ : যিটো প্রকৃতি সম্বন্ধীয় নহয়
উদাহরণ :
সাপে যদি খুটিবলৈ আৰু বাঘে যদি চিকাৰ কৰিবলৈ এৰি দিয়ে তেনেহʼলে ইয়াতকৈ ডাঙৰ অপ্রাকৃতিক ঘটনা আৰু কি হʼব পাৰে !
সমার্থক : অপ্রাকৃত
অর্থ : যি স্বাভাৱিক নহয়
উদাহরণ :
আজিকালি ্ তেওঁৰ ্ মাজত কিছুমান অস্বাভাৱিক লক্ষণ দেখা গৈছে
সমার্থক : অতিস্বাভাৱিক, অপ্রাকৃত, অস্বাভাৱিক