অর্থ : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ
উদাহরণ :
আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত
অর্থ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
উদাহরণ :
অপব্যৱহাৰো এক ধৰণৰ পাপ
সমার্থক : অপপ্রয়োগ
অর্থ : অনাহক আৰু অধিক খৰচ
উদাহরণ :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
সমার্থক : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি